Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
কামাখ্যাত হিমন্ত সহ পত্নী ৰিণিকি ভূঞা
নৱৰাত্ৰীৰ শুভক্ষণত পৰিয়ালসহ মা কামাখ্যাৰ আশীষ ল’লে ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱাৰ ভাগত তেওঁ কামাখ্যা মন্দিৰত উপস্থিত হয় পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু কন্যা সুকণ্যাৰ সৈতে। তাৰ পিছতে তেওঁ কামাখ্যা ধামত এখন্তেক সময় অতিবাহিত কৰে।
মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ৰাজ্য তথা দেশৰ মংগল কামনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।