skip to Main Content

কালাপাহাৰ কভিড কেয়াৰ হাস্পতালৰ উদ্বোধন৷

বুধবাৰে স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই কালাপাহাৰত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক সা সজুলি সমৃদ্ধ কভিড কেয়াৰ হাস্পতালখন ৰাইজৰ বাবে উদ্বোধন কৰে৷৪০খন আইচিইউ বিছনা আৰু ১২০খন সাধাৰন বিছনাৰ ব্যৱস্থা থকা এই হাস্পতালখনত উন্নত মানৰ চিকিৎসা সেৱা উপলব্ধ হব৷হাস্পতালখনত উন্নত মানৰ চিকিৎসকৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেবাজনো বিশিষ্ট চিকিৎসকৰ উপৰিও সকলো ধৰণৰ চিকিৎসা সেৱাৰ লগত জৰিত উন্নত মানৰ চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়াৱ৷

Back To Top