skip to Main Content

কাৰাগাৰত অখিল গগৈ ক সাক্ষাৎ কৰাত ব্যৰ্থ হোৱাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ পত্নী গিতাশ্ৰী কলিতাৰ ।

এন্. এন্. ব্যুৰ’ , ৩ মাৰ্চ : কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈৰ পত্নী গীতাশ্ৰী কলিতা । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ অখিল গগৈৰ পত্নীৰ । কিছুদিন ধৰি যথেষ্ট শাৰীৰিক অসুস্থতাত ভূগি আছে অখিল গগৈ । শাৰীৰিক অসুস্থতাৰ বাবে নিজ পত্নীক সাক্ষাৎ কৰাত ব্যৰ্থ হল কৃষক নেতা গৰাকী । আইনী প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ অখিল গগৈৰ পত্নী গীতাশ্রী কলিতাৰ ।

Back To Top