skip to Main Content

কৃত্ৰিম বানত ভূগিছে খানাপাৰাবাসী ।


গুৱাহাটী পৌৰনিগম কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এইবাৰো কৃত্ৰিম বানত ভূগিছে মহানগৰবাসী । পৌৰনিগম কৰ্তৃপক্ষই মহানগৰীৰ বিভিন্ন স্থানত নলা-নৰ্দমাৰ লগতে বাঢ়নী নদীৰ খনন আৰু আৱৰ্জনা চাফা নকৰাৰ ফলত হৈছে কৃত্ৰিম বানপানী খানাপাৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ কেইবাদিনো ধৰি কৃত্ৰিম বানত বুৰ গৈ আছে । ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলা-নৰ্দমাসমূহ চাফা নকৰাৰ ফলতেই এনেদৰে জীয়াতু ভূগিছে জনসাধাৰণে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top