skip to Main Content

কৃষক বিৰোধী বিল বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ৷


বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী বিল বাতিলৰ দাবীত শনিবাৰে দৰং জিলাত কংগ্ৰেছে ৰূপায়ণ কৰিলে এক বৃহৎ প্ৰতিবাদী কাৰ্যসুচী৷অসম কংগ্ৰেছৰ তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতেলগতে কেবাজনো বিধায়ক আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসুচীক আৰক্ষীয়ে বাধা প্ৰদান কৰা দেখা যায়৷পৰৱৰ্তী সময়ত আৰক্ষীয়ে জিতেন্দ্ৰ সিং,ৰিপুণ বৰাসহ শতাধিক কংগ্ৰেছ কৰ্মীক আটকো কৰে৷

Back To Top