skip to Main Content

কেন্দ্ৰীয় কৰ্মচাৰীলৈ বনাচ

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেডকাৰে বুধবাৰে কয় যে দেশৰ প্ৰায় ৩০ লাখ কেন্দ্ৰীয় কৰ্মচাৰীক প্ৰদান কৰিব বনাচ। ইয়াৰ বাবে ৩,৭৩৭ কোটি ধন মোকলাই দিব কেন্দ্ৰীয় চৰকাৰে। তেওঁ কয় যে ২০১৯- ২০২০ বৰ্ষৰ বাবে মুকলি কৰা হৈছে এই বনাচ। বিজয়া দশমীৰ পূৰ্বে কৰ্মচাৰীয়ে লাভ কৰিব প্ৰথম কিস্তি।

Back To Top