skip to Main Content

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানিৰ ক’ভিড পজিটিভ

টুইটযোগে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানিয়ে কৰুনা আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে। উত্তৰ প্ৰদেশৰ সাংসদ গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক কভিড টেষ্ট কৰাবলৈ অনুৰোধ জনায়। কেইদিনমান আগলৈকে সাংসদ গৰাকী বিহাৰ নিৰ্বাচনত সক্ৰিয় ভাৱে ব্যস্ত হৈ আছিল।

Back To Top