Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
কোকৰাঝাৰত অৰাজনৈতিক সংগঠনৰে বৈঠক বিজেপি সভাপতিৰ৷
কোকৰাঝাৰ জিলাত শুক্ৰবাৰে বিভিন্ন অৰাজনৈতিক সংগঠনৰ নেতৃত্বৰে এক গুৰুত্বপূৰ্ণ বৈঠকত বহিল অসম প্ৰদেশ বিজেপি সভাপতি ৰঞ্জিত দাস৷মুলত বিটিচি নিৰ্বাচনত জয়ী হৈ বিজেপি দলটোৱে কোকৰাঝাৰৰ উন্নয়নৰ বাবে কি কাৰ্যপন্থা গ্ৰহণ কৰিব তাক লৈয়ে বৈঠকত আলোচিত হয়৷অৱশ্যে নিৰ্বাচন অনুস্থিত নোহোৱাকৈয়ে এইদৰে অৰাজনৈতিক সংগঠনৰ নেতৃত্বৰে বিজেপি সভাপতিয়ে বৈঠকত অংশ লোৱা বিষয়টোৱে ৰহস্যৰ লগতে বিশেষ তাৎপৰ্যও বহন কৰিছে৷