Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
কয়দীৰ পলায়ন
এন.এন ব্যুৰো,২০ ফ্ৰেব্ৰুৱাৰীঃ কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা পলাল বাংলাদেশী দুই কয়দী। নিৰাপত্তা ব্যৱস্থাক ভে়ঙুচালি কৰি পলাল বাংলাদেশৰ মৌলবী বজাৰৰ কয়দী ছামছুল ইছলাম আৰু নিচাজাতীয় সামগ্ৰী, হত্যাৰ গোচৰত অভিযুক্ত বদৰপুৰৰ নাছিল আহমেদ। পুৰনি টিনৰ ছাল ফুটা কৰি দুয়োটা কয়দীয়ে পলায়ন কৰাৰ সন্দেহ কাৰাগাৰ কৰ্তৃপক্ষৰ। কিদৰে এখন জিলা কাৰাগাৰৰ পৰা দুটাকৈ অপৰাধী পলাই যাব পাৰে তাক লৈ এতিয়া সৰ্বত্ৰ চলিছে চৰ্চা ।