skip to Main Content

ক’ৰণাত আক্ৰান্ত চলচিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।

দ্বিতীয় বাৰৰ বাবে ক’ৰণাত আক্ৰান্ত হ’ল চলচিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ।ফেচবুক যোগে এই কথা জনায় সীমান্ত শেখৰে।সকলোকে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান সীমান্ত শেখৰৰ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top