skip to Main Content

ক’ৰণাৰ সৈতে যুঁজিবলৈ মহানগৰীত অটো এম্বুলেন্স ।


গুৱাহাটী মহানগৰীত অক্সিজেন আৰু এম্বোলেন্সৰ অভাৱত যাতে কোনো ক’ভিড ৰোগীৰ মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ । মহানগৰীৰ নাৰেংগীৰ ফৰেষ্টগেটস্থিত পোদ্দাৰ কমপ্লেক্সত লায়ন্স ক্লাৱ অৱ গুৱাহাটীৰ উদ্যোগত মুকলি কৰে এই অটো-এম্বুলেন্স সেৱা । সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এই সেৱা । ইয়াৰ বাবে দুটা হেল্প লাইন নম্বৰ মুকলি । নম্বৰ দুটা হ’ল – ৯৪৩৫৫-৮৮৮৮৮ আৰু ৯৪৩৫০-৩৫০০০

Back To Top