
এন. এন. ব্যুৰো ১৭ মাৰ্চঃ ক’ৰ’ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা সজাগতামূলক ব্যৱস্থা হিচাপে বিশ্বৰ পৰ্যটন থলিসমূহ বন্ধ কৰি দিয়া হৈছে ।ইয়াৰ ভিতৰতে বিশ্বৰ অন্যতম পৰ্যটনথলী তাজমহলো পৰ্যটকৰ বাবে আজিৰ পৰা বন্ধ কৰি দিয়া হয় । অহা ৩১ মাৰ্চলৈকে বন্ধ থাকিব বিশ্বৰ আশ্বৰ্য তাজমহল ।