skip to Main Content

ক’ৰণা ভেকচিনলৈ অনুমোদন ডিচিজিআইৰ


ক’ৰনা ভাইৰাছৰ ভেকচিনৰ আপাতকালীন ব্যৱহাৰৰ বাবে ডিচিজিআইয়ে অনুমোদন প্ৰদান কৰিছে। জিডিচিআইয়ে দেওবাৰে নতুন দিল্লীৰ অনুষ্ঠিত এখন সংবাদমেল যোগে চিৰাম প্ৰতিষ্ঠানৰ “কোবিছীল্ড” আৰু ভাৰত বায়োটেকৰ “কোভেক্সিন”ৰ ব্যৱহাৰৰ বাবে অনুুমতি প্ৰেৰণ কৰিছে।

Back To Top