Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
কৰুণাৰ মাজতে হৰ্নবিল উদযাপন
কৰুনাৰ বিভীষিকাৰ মাজতেই উদযাপন কৰা হ’ব হৰ্নবিল উৎসৱ। নাগালেণ্ড চৰকাৰৰ নিৰ্দেশ মতে ১০ দিন উদযাপন কৰা হ’ব হৰ্নবিল উৎসৱ। পৰ্যটন বিভাগৰ মতে নিৰ্দিষ্ট সংখ্যক মানুহ আৰু সামাজিক মাধ্যমতেই এইবাৰ এই উৎসৱ পালন কৰা হ’ব । ১ ৰ পৰা ১০ ডিচেম্বৰলৈ পৰম্পৰাগত ভাৱে উদযাপন হ’ব এই উৎসৱ। ১৬ জনজাতিয়ে নিজৰ নিজৰ নৃত্যৰে সজাব এইবাৰৰ হৰ্নবিল।