skip to Main Content

গণতন্ত্ৰ দিৱসত ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

২১ বৰ্ষৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনক। কিন্তু শেহতীয়াকৈ ক’ৰুণাৰ ভয়াবহ ৰূপৰ বাবে ভাৰত ভ্ৰমণ বাতিল কৰিছে বৰিছ জনছনে। ইতিমধ্যে ব্ৰিটেইনত লক ডাউন ফেব্ৰুবাৰীৰ মাজভাগলৈকে বৃদ্ধি কৰা হৈছে।

Back To Top