Coming as a sigh of relief for the people of Guwahati, the Guwahati Jal Board…
‘গণশত্ৰু’ৰ দলৰপৰাই নিৰ্বাচন খেলিব ‘বিপ্লৱী সাংবাদিক’ অজিত কুমাৰ ভূঞাই
এন, এন, ব্যুৰো, ১১ মাৰ্চঃ এসময়ত হিতেশ্বৰ শইকীয়াক গণশত্ৰু আখ্যা দিয়া ‘ বিপ্লৱী সাংবাদিক ’ অজিত কুমাৰ ভূঞা এইবাৰ ৰাজ্য সভাত কংগ্ৰেছৰ প্ৰাৰ্থী । সমৰ্থন লাভ মৌলানা বদৰদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ । আজি দিল্লীত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ।তাত্পৰ্যপূৰ্ণভাবে আজিৰ সংবাদমেলত উপহ্তি থকা প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ ভিতৰত প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেবব্ৰত শইকীয়াও আছিল ।