গণেশগুৰিত উদ্ধাৰ হৈছে মৃতদেহ June 4, 2022 News Network Assam, Crime, Guwahati 0 Comments গণেশগুৰিত উদ্ধাৰ হৈছে অচিনাক্ত ব্যক্তিৰ মৃতদেহ। গণেশমন্দিৰৰ সমীপত উদ্ধাৰ মৃতদেহটো। ব্যক্তিজনৰ বয়স৪০ উৰ্দ্ধৰ হ’ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে কোনো পৰিচয় লাভ কৰা নাই মৃত লোকজনৰ। ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰাম্ভ কৰিছে। Share This Tweet Share Share Email News Network Related Posts মুখ্যমন্ত্ৰীক ১লাখ টকা প্ৰদান বোকাজান সমষ্টিৰ বিধায়ক মাননীয় ডা: নোমল মমিনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।… বৃদ্ধি পালে সুৰাৰ দাম অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ… পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ।কিয়নো পদপথত দোকান দিব নোৱাৰিৱ বুলি এক জাননি প্ৰকাশ কৰিছে… This Post Has 0 Comments Leave a Reply Cancel replyYour email address will not be published. Required fields are marked *Name * Email * Website Comment * Δ
মুখ্যমন্ত্ৰীক ১লাখ টকা প্ৰদান বোকাজান সমষ্টিৰ বিধায়ক মাননীয় ডা: নোমল মমিনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়।…
বৃদ্ধি পালে সুৰাৰ দাম অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ…
পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ।কিয়নো পদপথত দোকান দিব নোৱাৰিৱ বুলি এক জাননি প্ৰকাশ কৰিছে…
This Post Has 0 Comments