Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
গহপুৰত চঞ্চল্যকৰ ধৰ্ষনকাণ্ড, অপৰাধীৰ ফাঁচীৰ দাবী জনতাৰ
এন এন ব্যুৰো,১ মাৰ্চঃ গহপুৰত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ এক জঘন্য কাণ্ড। গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাবাৰী অঞ্চলত ৭ নৰপিশাচে একেখন গাঁৱৰে ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৰ্ষণ কাণ্ডৰ লগত জৰিত ৭ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গহপুৰ আৰক্ষী। ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ পিছতেই উত্তাল হৈ উঠে থানা চৌহদ। ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবী জনাইছে উত্তেজিত জনতাই।