The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
গহপুৰ ধৰ্ষণ কাণ্ড : আছুৰ ধৰ্ণা
এন্. এন্. ব্যুৰ’, ৪ মাৰ্চ : গহপুৰত কিছুদিন পূৰ্বে সাত নৰপিশাছৰ কামনাৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা কিশোৰী গৰাকীৰ প্ৰতি ন্যায়ৰ দাবী ত আজি গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী । ধৰ্ষণ ৰ লগত জৰিত সাত অভিযুক্ত ক ফাঁচীৰ দৰে কঠোৰতম শাস্তি বিহাৰো দাবী কৰিছে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই ।