The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
গীতিকা তালুকদাৰলৈ কোৰিয়া চৰকাৰৰ জলপানি
অসমৰ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰলৈ কোৰিয়া চৰকাৰে আগবঢ়াইছে বিশেষে জলপানি। গ্ল’বেল স্প’ৰ্টছ মেনেজমেন্টৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে এই জলপানি। দীৰ্ঘ দিন ধৰি জড়িত হৈ আছে ক্ৰী়ড়া সাংবাদিকতাত। কোৰিয়াৰ ক্ৰী়ড়া আৰু সাংস্কৃতিক মন্ত্ৰালয়ে এই পাঠ্যক্ৰমৰ বাবে ৪৮ খন দেশৰ ২০ গৰাকী বাচনি কৰা প্ৰাৰ্থীৰ ভিতৰত গীতিকা তালুকদাৰ অন্যতম।