
এন.এন ব্যুৰো,২৯ ফ্ৰেব্ৰুৱাৰীঃ কাৰাগাৰৰ ভিতৰতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰিল অখিল গগৈ । দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈ ব্লাড চুগাৰ ৰ তাৰতম্য ঘটা বুলি প্ৰকাশ কৰিছে চিকিৎসকে । লগতে জ্বৰত আক্ৰান্ত হৈ পৰিছে অখিল গগৈ । কাৰাগাৰত হঠাতে অসুস্থ হৈ পৰা অখিল গগৈক GNCH ত ভৰ্তি কৰোৱা হয় ।