The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
গুৱাহাটীত কংগ্ৰেছ-এআইইউডিএফৰ যৌথ সংবাদমেলঃ উভয় দলে ঘোষণা কৰিলে বিটিআৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা
এন.এন ব্যুৰো, ১৭ মাৰ্চঃ আজি গুৱাহাটীৰ হাতীগাঁৱত কংগ্ৰেছ আৰু এআইইউডিএফে এক যৌথ সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত কংগ্ৰেছ দলৰ মুখপাত্ৰ দুৰ্গা দাস বড়োকে ধৰি দুয়োটা দলৰ কেইবাগৰাকী নেতা উপস্হিত থাকে। সংবাদমেলখনত বিটিআৰ নিৰ্বাচনত যৌথভাৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ সাজু হোৱা বুলি উল্লেথ কৰে দুৰ্গা দাস বড়োৱে। দুয়োপক্ষৰ দাবী- আগন্তুক নিৰ্বাচনৰ পিছত কংগ্ৰেছ আৰু এআইইউডিএফক বাদ দি কোনো দলে গঠন কৰিব নোৱাৰিব বিটিআৰ পৰিষদ।