skip to Main Content

গুৱাহাটীত গ্ৰন্হ উন্মোচনী সভা

  • Assam

এন.এন ব্যুৰো ২৯ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এক গ্ৰন্হ উন্মোচনী সভা। উক্ত সভাত উন্মোচিত কৰা হয় ডঃ ৰুণু ভটাচাৰ্য্যৰ গ্ৰন্হ ‘’আৰাধ্যা দেৱী মংগলা কালী’’। গ্ৰন্হ খনি উন্মোচন কৰে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ।

Back To Top