skip to Main Content

গুৱাহাটীত নৱ শৰণীয়াৰ সংবাদমেলঃ তুলা ধূনা দিলে বি.পি.এফ, ইউ.পি.পি.এলক

এন.এন ব্যুৰো, ৭ মাৰ্চঃ বিটিচিৰ পৰা উৎখাত হব হাগ্ৰামা মহিলাৰী। দিছপুৰত সংবাদমেল সম্বোধন কৰি এই বিস্ফোৰক মন্তব্য নৱ শৰণীয়াৰ। বড়ো ভূমিৰ নিৰ্বাচনত এইবাৰ ৪০ টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথাও উল্লেখ কৰে শৰণীয়াই। বিটিচিত অবড়োৰ ওপৰত চলা অত্যাচাৰ সহ্য কৰা নহব, ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনত দিয়া হব বুলিও মন্তব্য কৰে নৱ শৰণীয়াই।

Back To Top