Guwahati is all set to host its first Indian Premier League (IPL) matches, next month…
গুৱাহাটীত ৰহস্যজনক সংবাদমেল
এন.এন ব্যুৰো, ১২ মাৰ্চঃ আজি গুৱাহাটী মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডিউৰত এম.এফ.আই.এনৰ চি.ই.অ’ হৰ্ষ শ্ৰীবাস্তৱে এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেললৈ প্ৰচাৰ মাধ্যমৰ সকলোকে আমন্ত্ৰণ কৰে যদিও যথাসময়ত তেওঁলোকে কেৱল ছপা মাধ্যমকহে প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰে। এই ঘটনাৰ কাৰণ কি ইয়াকে লৈ এতিয়া বৈদ্যুতনিক মহলত চৰ্চা আৰম্ভ হৈছে। বৈদ্যুতনিক মাধ্যমৰ সাংবাদিকসকলে তেওঁলোকক অপমান কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে।