skip to Main Content

গুৱাহাটীৰ পৰা অসমৰ উজনি নামনি বিভিন্ন ঠাইলৈ যোৱা বাছ সেৱা বন্ধ ।


SOPৰ নিৰ্দেশনা কৰাৰ ফলত পৰিবহণ বিভাগে এই দিশত কঠোৰ হোৱা দেখা যায় । যাত্ৰীবাহী বাহনত ৫০শতাংশ যাত্ৰীৰ উপস্থিতিৰে চলাচল কৰাৰ নিৰ্দেশৰ পিছত বিশেষকৈ গুৱাহাটীৰ পৰা অসমৰ উজনি, নামনি বিভিন্ন ঠাইলৈ বাছ সেৱা বন্ধ হৈ পৰিছে । অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ লগতে পৰিবহণ নিগমৰ অধীনত ব্যক্তিগত খণ্ডৰ বাছসমূহৰ সংখ্যা কমাই দিছে । বহু নৈশ বাছত ৫০শতাংশতকৈ কম তথা ১০-১২জন যাত্ৰী লৈ চলাচল কৰিব লগা হোৱাত চিলভাল ডি. নেটৱৰ্ক, দীপ, যাত্ৰা, ব্লু হীল, ৰয়েল ট্যুৰ এণ্ড ট্ৰেভেল আদি বিভিন্ন ব্যক্তিগতখণ্ডৰ দূৰণিবটীয়া বাছসেৱা বহু ঠাইত বন্ধ হৈ পৰিছে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top