skip to Main Content

গুৱাহাটীৰ হোটেল লিলিত UPPLৰ বৈঠক ।


গুৱাহাটীৰ হোটেল লিলিত UPPLৰ বিধায়িনী দলৰ বৈঠক । নৱ-নিৰ্বাচিত বিধায়কসকল উপস্থিত বিধায়িনী দলৰ বৈঠকত সভাপতি প্ৰমোদ বড়ো উপস্থিতিত অনুষ্ঠিত হয় বৈঠক । বৈঠকত ইউজি ব্ৰহ্ম, লৰেন্স ইছলাৰী, জয়ন্ত বসুমতাৰীয়ে অংশগ্ৰহণ কৰে । উপস্থিত থাকে গোবিন্দ বসুমতাৰী, লেহুৰাম বড়ো । প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা , BTR বাসীক ধন্যবাদ প্ৰমোদ বড়োৰ । প্ৰমোদ বড়োই সাংবাদিকৰ আগত কয় মুখ্যমন্ত্ৰী কোন হব , সিদ্ধান্ত লব বিগ ব্ৰাডাৰ বিজেপিয়ে আৰু মন্ত্ৰীত্ব বিচাৰি কিন্তু এতিয়া আলোচনা হোৱা নাই ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top