The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে
গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে।গৃহ বিভাগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ।পৰীক্ষাৰ ৰিজাল্ট নিদিয়াকৈ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছিল গৃহ বিভাগে।একেটা পদৰ বাবে নতুন বিজ্ঞাপন দিয়াৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত।ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিল শাৰিৰীক আৰু লিখিত পৰীক্ষা।কিন্তু সেই একেটা পদৰ বাবে গৃহ বিভাগে পাতিবলৈ ওলাইছে পৰীক্ষা।