The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
গুৱাহাটী প্ৰেছ ক্লাবত ‘দেউতা’ ভিডিঅ গীত উন্মোচনী
এন.এন ব্যুৰো ২৯ ফেব্ৰুৱাৰীঃ আজি গুৱাহাটী প্ৰেছ ক্লাবত ‘দেউতা’ শীৰ্ষক ভিডিঅ গীতটিৰ উন্মোচনী অনুষ্ঠান আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্হিত থাকে বিশিষ্ট সংগীত শিল্পি পুলক বেনাৰ্জী, শান্তা উজিৰ, বিশিষ্ট সংগীত পৰিচালক ভূপেন উজিৰকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তি। মানস হাজৰিকাৰ সুৰ আৰু সংগীত পৰিচালনাৰে ডঃ দিপালী দাসৰ ৰচিত এই গীতটিত কন্ঠদান কৰিছে চাজুৱে।