skip to Main Content

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

এন.এন ব্যুৰো, ৭ মাৰ্চঃ জাগৰণ সাহিত্য প্ৰকাশনৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। “অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ”, লাইন প্ৰথাৰপৰা অসম চুক্তিৰ ৬ নং দফা সমিতিলৈ এশ বছৰীয়া(১৯২০-২০২০) পৰিক্ৰমা শীৰ্ষক গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিতেশ ডেকা, দৈনিক অসমৰ কাৰ্যবাহী সম্পাদক মুনীন বায়ন, আমাৰ অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, বনলতাৰ প্ৰকাশক অনন্ত হাজৰিকা, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দিগন্ত ওজা আৰু অন্য বহুজন।

Back To Top