skip to Main Content

গুৱাহাটী প্ৰেছ ক্লাৱত বিক্ৰমৰ যাদু ।


গুৱাহাটী প্ৰেছ ক্লাৱত বিক্ৰমৰ যাদুৰ বাকচত বন্দী নিৰ্বাচনী সমীক্ষাৰ ভৱিষ্যতবাণী ৰাজহুৱা কৰিলে যাদুকৰ বিক্ৰমে । ২২এপ্ৰিলত গুৱাহাটী প্ৰেছ ক্লাৱত বিক্ৰমে তেওঁৰ ভৱিষ্যতবাণী এখন দলিলত লিপিৱদ্ধ কৰি এটা বাকচত ভৰাই ৰাখিছিল । বাকচটো ২২এপ্ৰিলৰ পৰা ৰখা হৈছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ সন্মুখত । কেইগৰাকীমান সাংবাদিকৰ সহযোগত সৈতে সম্পূৰ্ণ মিলিলে ভৱিষ্যতবাণী । পূৰ্বতেও ২০১৪ আৰু ২০১৯বৰ্ষত লোকসভা নিৰ্বাচনৰ ফলাফল ভৱিষ্যতবাণী কৰিছিল বিক্ৰমে । অনুষ্ঠান ৬৪কলাৰ ভিতৰত অন্যতম । যাদু কলাক অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ বাবেও অনুৰোধ জনায় বিক্ৰমে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top