Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
গুৱাহাটী বিমান বন্দৰত বিনামূলীয়া হ’ব প্ৰথম ১০ মিনিটৰ পাৰ্কিং
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰা যান-বাহনৰ ক্ষেত্ৰত প্ৰণয়ন কৰিছে নতুন আইন।নিয়ম অনুসৰি ১০ মিনিটৰ ভিতৰত পাৰ্কিং কৰি ওলাই যোৱা যিকোনো বাহনে দিব নালাগে কোনো ধৰণৰ মূল্য।১০ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম।দহ মিনিটৰ বেছি সময় থাকিলে আগৰ দৰে বাহাল থাকিব পাৰ্কিং মূল্য।