The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
গুৱাহাটী মহানগৰীত চিটি বাছৰ সলনি চলিছে মেজিক
গুৱাহাটী মহানগৰীত হাহাকাৰ সাধাৰণ ৰাইজৰ।চিটি বাছৰ সলনি চলিছে এতিয়া মেজিক,ওলা-ওবেৰ।ফলত জীয়াতু ভুগিব লগীয়া হৈছে সৰ্ব-সাধাৰণ ৰাইজে।আজি অসমলৈ আহিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।তেখেতৰ সভালৈ যাবৰ বাবে গুৱাহাটীৰ পৰা ৫০০তকৈও অধিক চিটি বাছ ইয়াৰ পৰা লৈ যোৱা হৈছে।যাৰ পৰিপেক্ষিতত হাহাকাৰ কৰিব লগীয়া হৈছে সাধাৰণ ৰাইজে।