skip to Main Content

গুৱাহাটী মহানগৰীৰ গণেশগুৰিত সান্ধ্য আইনৰ মাজতে সংঘটিত হয় চুৰিকাণ্ড ।


সান্ধ্য আইন বলৱৎ হৈ থকাৰ ভিতৰতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চুৰি ডকাইতি কাণ্ড । গণেশগুৰিৰ কাপোৰৰ দোকানত চুৰি হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে । গণেশমন্দিৰৰ সমীপৰ মূল পথৰ দাঁতিতে থকা পৰিবাৰ নামৰ দোকানখনৰ শ্বাটাৰ ভাঙি চোৰে লুটপাত চলায় । চুৰি কৰে লক্ষাধিক টকাৰ কাপোৰ ।দোকানত স্বতাধিকাৰীয়ে ঘটনা সন্দৰ্ভত গোচৰ তৰিছে দিছপুৰ থানাত ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top