skip to Main Content

গুৱাহাটী মাৰোৱাৰী হস্পিতালত জনসেৱাৰ্থে অনুষ্ঠিত হয় এক সংবাদমেল


গুৱাহাটী মাৰোৱাৰী হস্পিতালত জনসেৱাৰ্থে অনুষ্ঠিত হয় এক সংবাদমেল।গুৱাহাটী মাৰোৱাৰী হস্পিতালৰ সাধাৰণ সম্পাদক শ্ৰী R S Joshi য়ে জনাই যে যি সকলৰ হস্পিতাললৈ আহিবলৈ অসুবিধা সেই সকল ৰোগীক ঘৰতে গৈ তেজৰ নমুনা সংগ্ৰহ কৰা আৰু চিকিৎসা প্ৰদান কৰা হ’ব।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published.

Back To Top