India's railway ministry has recommended that the country's top detective agency should investigate the deadly…
গোপনীয়তা-সুৰক্ষা ভংগ কৰা ফেচবুক-টুইটাৰলৈ চমন
সংসদৰ যুটীয়া সমিতিয়ে ফেচবুক আৰু টুইটাৰৰ কৰ্তৃপক্ষলৈ তথ্য সুৰক্ষা আৰু গোপনীয়তাৰ বিষয়ত উত্তৰ দিবলৈ চমন জাৰি কৰিছে ।
সংসদৰ এই যুটীয়া সমিতিৰ নেতৃত্বত আছে ভাৰতীয় জনতা পাৰ্টিৰ সংসদ মিনাক্ষী লেখী । এই সমিতিৰ মুঠ ২০জন সদস্যৰ ১০জন লোকসভাৰ ১০জন ৰাজ্যসভাৰ ।
আনহাতে ভাৰতৰ মানচিত্ৰক ভুলকৈ উত্থাপন কৰা বিষয়ক লৈ টুইটাৰ অধ্যক্ষলৈ ভাৰত চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ কৰিছে । উক্ত পত্ৰত ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ অসন্মান কৰা কোনো বিষয় সহ্য কৰা নহ’ব বুলি ভাৰত চৰকাৰে সকীয়াই দিয়ে ।