The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ঘাইপথত আৰক্ষীৰ ধনদাবী ; তিব্ৰ প্ৰতিক্ৰিয়া

এন.এন ব্যুৰো,২২ ফ্ৰেব্ৰুৱাৰীঃ এইবাৰ নীলবাগান আৰক্ষীৰ কুকাণ্ড ভাইৰেল হৈ পৰিছে চছিয়েল মেডিয়াত। পুৱাই এই দৃশ্য বন্ধি হৈছে মোবাইল কেমেৰাত। নীলবাগান উৰনীয়া সেতুৰ তলত ট্ৰাকৰ পৰা এইদৰে ধন সংগ্ৰহ কৰি আহিছে এইসকল যান-বাহন আৰক্ষীয়ে। মোবাইলত বন্দী হৈছে আৰক্ষীয়ে ট্ৰাকৰ পৰা মুকলিকৈ ধন সংগ্ৰহ কৰা এই দৃশ্য। যিসময়ত নীলবাগান ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈ আহিছে এটাৰ পাছত এটাকৈ পথ দুৰ্ঘটনাৰ ঘটনা তেনেসময়তে আৰক্ষীৰ এই কাণ্ডই ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।