
চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা থলুৱা পৰিয়ালৰ ওপৰত চলোৱা অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবিৰে আৰু উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্হাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।