skip to Main Content

চন্দ্ৰমোহন পাটোৱাৰীৰ উদ্যোগ পৰিদৰ্শন


শনিবাৰে ছিপাঝাৰৰ প্ৰাগবছিমি ছিন্থেটিক লিমিটেড পৰিভ্ৰমণ কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। শীঘ্ৰে উদ্যোগটো কাৰ্যকৰী কৰাৰো আশ্বাস প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আনহাতে উদ্যোগ কৰ্তৃপক্ষৰ সৈতেও তেওঁ এক আলোচনাত মিলিত হয়।

Back To Top