In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
চলচ্চিত্ৰ ৰূপত দীপালি বৰঠাকুৰৰ জীৱন কাহিনী
এন.এন ব্যুৰো ৪ মাৰ্চঃ প্ৰস্তুতি চলিছে কোকিলকন্ঠী গায়িকা দীপালি বৰঠাকুৰ আৰু নীল পৱন বৰুৱাৰ জীৱনৰ ওপৰত এক অসমীয়া চলচ্চিত্ৰ নিৰ্মানৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে এই কথা সদৰি কৰে ছবিখনৰ প্ৰযোজক অমিত মালপানি, সঞ্জীৱ দে আৰু মন্দাকিনী গোস্বামীয়ে। উক্ত সংবাদমেলখনত উপস্হিত থাকে প্ৰয়াত দীপালি বৰঠাকুৰৰ স্বামী নীল পৱন বৰুৱা। উল্লেখযোগ্য যে ছবিখনৰ চিত্ৰগ্ৰহন আৰম্ভ হব ২০২০ চনৰ শেষৰফালে।