Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
চীন পাকিস্তানলৈ মোদীৰ হুংকাৰ
পাকিস্তান সীমান্তৱৰ্তী পঞ্জাৱৰ জয়ছালমেৰৰ লংগেৱালা পষ্টত বায়ুসেনা জোৱানৰ সৈতে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শণিবাৰে দীপাৱলী উদযাপন কৰে। উক্ত অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীয়ে কয় যে কোনো কাৰণতে সীমান্তৰ সুৰক্ষাক লৈ আপোচ কৰা নহ’ব। দেশৰ স্বাৰ্থত প্ৰতিবেশী ৰাষ্ট্ৰৰ যিকোনো কাৰ্যকলাপক ভাৰতীয় সেনাই প্ৰতিহত কৰিব পাৰে বুলি সেনাৰ বীৰত্ব আৰু সাহসক প্ৰধান মন্ত্ৰী মোদীয়ে প্ৰশংসা কৰে। প্ৰধান মন্ত্ৰী গৰাকীয়ে টেংকত উঠাৰ লগতে মিঠাই বিতৰণ কৰি দেৱালী উদযাপন কৰে