Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময় ৬০ বছৰ৷
ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময় ৬০বছৰ৷বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা৷ উল্লেখ্য যে ইয়াৰ আগতে চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ সময় ৫০ৰ পৰা ৫৫বছৰৰ ভিতৰত বুলি ঘোষণা কৰিছিল যদিও এইক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে কোনো সঠিক সিদ্ধান্ত লোৱা উল্লেখ কৰি মন্ত্ৰীজনে কয় যে কৰ্মচাৰীৰ অৱসৰৰ সময়সীমা ৬০ বছৰতে সীমাবদ্ধ আছে৷