India's railway ministry has recommended that the country's top detective agency should investigate the deadly…
চৰকাৰৰ আক্ৰোশৰ বলি মুম্বাইৰ সমাজকৰ্মী
মুম্বাইৰ ভিমা-কৰেগাঁও হিংসাত্মক কাণ্ডত জৰিত থকাৰ অভিযোগত পুনৰ এগৰাকী ৮৩ বছৰীয়া সমাজকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে৷ ২০১৮ চনৰ পৰাই তদন্ত চলি থকা এই কাণ্ডত জৰিত থকাৰ অভিযোগত এনআইএ ৮৩ বছৰীয়া ফাদাৰ ষ্টেন স্বামীক ঝৰখাণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিছে৷ এনআইএৰ এটা দলে ফাদাৰ ষ্টেন স্বামীক ঝৰখাণ্ডৰ নামকুম আৰক্ষী থানা এলেকাৰ বগাইছা আৰক্ষী থানা এলেকাৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে৷ ইতিমধ্যে এই কাণ্ডত অভিযুক্ত অধিবক্তা, বুদ্ধিজীৱি, সমাজকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে৷ ২০১৮ চনত মহাৰাষ্ট্ৰৰ ভিমা-কৰেগাঁৱত সংঘটিত হিংসাত্মক কাণ্ডৰ তদন্ত কৰিছিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা এনআইএ৷