skip to Main Content

জনতা ভৱনত কৰ্মচাৰী সন্দৰ্ভত দিয়া নিৰ্দেশনাৰ ম্যাদ বৃদ্ধি ।


জনতা ভৱনত ২৭এপ্ৰিলত সচিবালয় প্ৰশাসনে জাৰি কৰা SOPৰ ম্যাদ বৃদ্ধি কৰা হৈছে । বিষয়া কৰ্মচাৰীৰ উপস্থিতিৰ নিৰ্দেশনাৰ ম্যাদ বৃদ্ধি কৰিছে ৭মে’লৈ ।সচিবৰ বাহিৰে সচিবৰ তলৰ পদ মৰ্যদাৰ কৰ্মাচাৰীসকলৰ ৫০শতাংশহে উপস্থিতিৰ নিৰ্দেশ । জৰুৰীকালীন হ’লেহে প্ৰৱেশ কৰিব পাৰিব সাধাৰণ লোকে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top