skip to Main Content

জল্পনা-কল্পনাৰ অন্তত আজি নিশাৰ ভাগতে সিদ্ধান্ত হ’ব অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব ।


যোৱাকালি নিউজ নেটৱৰ্কত প্ৰকাশিত বাতৰি সত্য প্ৰমাণিতৰ দিশে । বহুতো জল্পনা-কল্পনা বৈঠকৰ পিছত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ চকীত বহিবলৈ সাজু সৰ্বানন্দ সোণোৱাল । নিউজ নেটৱৰ্কক জনোৱা বিশেষ সূত্ৰমতে বিজেপিৰ হাইকামাণ্ডে গ্ৰীণ চিগনেল পঠিয়াইছে সোণোৱালৰ পিনে । আকৌ এবাৰ অসমত হ’ব সোণোৱালৰ চৰকাৰ । লগতে ড০ হিমন্ত বিশ্ব শৰ্মাক উপ-মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰাৰ ইংগিত প্ৰদান কৰিছে ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top