An active member of the NSCN (IM)’s civil wing surrendered with arms and ammunition before…
জল শক্তি মন্ত্ৰীৰ লক্ষ্য অৰুণাচলত জল প্ৰকল্প
কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিঙে শণিবাৰে কৈছে যে এতিয়া তেওঁৰ লক্ষ্য অৰুণাচলৰ গ্ৰাম্যাঞ্চলত জল প্ৰকল্প নিৰ্মাণ কৰা। উক্ত অনুষ্ঠানত উপস্হিত থাকে অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰমা খাণ্ডু। জল জীৱন আচনিৰ উদ্যোগত বহু মানুহক পানী যোগান ধৰাৰ কথাও প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। ২০২৩ চনৰ ভিতৰত সম্পন্ন হ’ব এই আচনিৰে পানী যোগান।