skip to Main Content

জিলাভিত্তিক লকডাউন খোলাৰ সম্ভাৱনা ১৫ জুনৰ পৰা-মুখ্যমন্ত্ৰী


১৫ জুনৰ পৰা জিলাভিত্তিক লকডাউন খোলাৰ ব্যৱস্থা আৰম্ভ কৰাৰ সম্ভাৱনা । আজি সৰুসজাইত কভিড হাস্পতাল মুকলি কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। লকডাউন সন্দৰ্ভত এক ইংগিত বহন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত এই মন্তব্য আগবঢ়ায়। জিলাসমূহৰ কভিড পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি লকডাউন খুলাৰ ব্যৱস্থা কৰা হ’ব। কভিড আক্ৰান্তৰ সংখ্যা অধিক বা কভিড পজিটিভিটিৰ হাৰ অধিক থকা জিলাতহে লকডাউন থাকিব। সম্পূৰ্ণ ৰাজ্যত একেলগে আনলক নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

This Post Has 0 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Back To Top