skip to Main Content

জি. এম. চিৰ উচ্ছেদ অভিযান

এন. এন. ব্যুৰোঃ ৮ মাৰ্চ : গুৱাহাটীৰ ফাঁচী বজাৰৰ পদ পথত অনুজ্ঞা পত্ৰ বিহীনঅনুজ্ঞা পত্ৰ বিহীনভাৱে ফাকু বিক্ৰী কৰি থকা দোকানী সকলক জি. এম. চিয়ে আজি উচ্ছেদ কৰে। মাৰাত্মক ক’ৰ’ণা ভাইৰাচ বিয়পাৰ আশংকা কৰি চলে জি. এম. চিৰ এই উচ্ছেদ অভিযান।

Back To Top