skip to Main Content

জি এম চি এইচলৈ ধৈৰ্য্য কোঁৱৰঃ নিয়মীয়া স্বাস্থ্য পৰীক্ষা

এন. এন. ব্যুৰো, ১৯ মাৰ্চঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ন্যায়িক জিম্মাত থকা নেতা ধৈৰ্য্য কোঁৱৰক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ অনা হয় । নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবেই আটকাধীন কৃষক নেতাজনক চিকিৎসালয়লৈ অনা হয় বুলি জনোৱা হৈছে ।

Back To Top