A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
“জুবিন গাৰ্গ ক এতিয়া জিৰণিৰ প্ৰয়োজন , জুবিনক এতিয়া জিৰণি লবলৈ দিয়ক ” অনুৰোধ পত্নীৰ
এন.এন ব্যুৰো,২৯ ফ্ৰেব্ৰুৱাৰীঃ বৰ্তমান জুবিন প্ৰায় সুস্থ বুলি সদৰি কৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গে । তেওঁ কয় যে , জুবিন গাৰ্গ ক এতিয়া দীঘলীয়া জীৰণিৰ প্ৰয়োজন । জুবিনক জিৰণি লবলৈ দিয়ক । তেতিয়াহে সম্পূৰ্ণ সুস্থ হৈ উঠিব জুবিন গাৰ্গ । ইতিমধ্যে অহা সকলো ৰিপোৰ্ট ত সকলো স্বাভাবিক আছে। আৰু ইয়াৰ লগতে জুবিন গাৰ্গলৈ ব্যক্তিগত ভাৱে ফোন নকৰিবলৈ আহ্বান জনাইছে পত্নী গৰিমা শইকীয়া গাৰ্গে ।